আল-কোৰআন(Al-Quran in Assamese)
Книги и справочники

আল-কোৰআন(Al-Quran in Assamese) на Андроид

Ассамский Коран (Коран), Аль-Коран на ассамском языке, আল-কোৰআন

★ 5.00 1 оценок
10 тыс. загрузок
6.0 версия
5.6 МБ размер
Скачать APK
✓ Проверено источником

Скриншоты

Интерфейс приложения আল-কোৰআন(Al-Quran in Assamese)

Обзор আল-কোৰআন(Al-Quran in Assamese)

Краткий обзор по актуальным данным карточки приложения.

আল-কোৰআন(Al-Quran in Assamese) — приложение для устройств на Android из категории «Книги и справочники». На странице собраны основные сведения, необходимые перед загрузкой и установкой APK.

В карточке указаны версия 6.0, размер APK 5.6 МБ, совместимость с Android 11+, обновление от 03.08.2026. Разработчиком указан Islam House.

По данным источника, у приложения оценка 5.00 из 5 на основе 1 оценок и 10 000 загрузок. Показатели могут меняться по мере выхода обновлений.

Приложение может подойти пользователям, которые хотят проверить версию, размер и совместимость приложения перед установкой.

Источник отмечает текущий APK как проверенный. Перед установкой всё равно следует сверить название приложения, разработчика, идентификатор пакета.

  • Текущая версия: 6.0
  • Размер файла: 5.6 МБ
  • Требования: Android 11+
  • Идентификатор пакета: com.app.islamic.quran.as
  • В источнике доступно версий: 3
  • Разрешений в текущей версии: 6

Описание от разработчика

আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ

পোন প্ৰথমেই আল্লাহৰ চুকৰীয়া আদায় কৰিছোঁ, আলহামদুলিল্লাহ। অসংখ্য অগণন প্ৰশংসা একমাত্ৰ তেওঁৰেই; তেৱেঁই আমাক সৰ্বোৎকৃষ্ট গ্ৰন্থ, মানৱজাতিৰ হিদায়তৰ মূল পুথি আল-কোৰআন অসমীয়ালৈ অনুবাদ কৰাৰ আৰু মানুহৰ মাজত পৌঁচাই দিয়াৰ তাওফীক দান কৰিছে। এই কথা নিশ্চিত যে, অনুবাদ কেতিয়াও মূল গ্ৰন্থৰ সমপৰ্যায় হ’ব নোৱাৰে। আনহাতে হুবহু অনুবাদ কৰাও সম্ভৱ নহয়। তথাপিও আমি যৎপৰোনাস্তি প্ৰতিটো শব্দৰ অৰ্থ অনুবাদত টানিবলৈ চেষ্টা কৰিছোঁ। অনুবাদ কৰোঁতে কেৱল ভাৱাৰ্থৰ অনুবাদ অথবা কেৱল শাব্দিক অনুবাদ কৰা নাই, বৰং দুয়োটাই একেলগে ৰখাৰ চেষ্টা কৰিছোঁ।
কোৰআনৰ এই অনুবাদখন পাঠক সমাজলৈ সহজে উপস্থাপন কৰিব পৰাকৈ ভাই মতিউৰ ৰহমান চাহাবৰ আপ্ৰাণ প্ৰচেষ্টাত এই এপ্লিকেচনৰ ডেভ্লপমেন্ট প্ৰক্ৰিয়া সম্ভৱ হৈ উঠিছে। লগতে ভাই ইমৰাণ আলি চাহাবৰ যথেষ্ট মেহনতত https://www.ibnehabib.com/ নামৰ ৱেবছাইটটো অস্তিত্ব লাভ কৰিছে। আমি সেই ৱেবছাইটক ইয়াত সংযুক্ত কৰিছোঁ। আল্লাহে তেওঁলোক দুয়োকে উত্তম প্ৰতিদান দিয়ক। লগতে মোৰ এই ক্ষুদ্ৰ প্ৰচেষ্টা কবুল কৰি নাজাতৰ মাধ্যম বনাই দিয়ক। (আমীন)
এপ্পটোত বৰ্তমান নিম্নলিখিত ফিচাৰসমূহ সংযুক্ত কৰা হৈছে।
* আল-কোৰআনুল কাৰীমৰ আৰবী আয়াত আৰু অসমীয়া অনুবাদ দিয়া হৈছে।
* কপি, শ্বেয়াৰ আৰু পছন্দনীয় তালিকা প্ৰস্তুত কৰাৰ বটন সংযুক্ত কৰা হৈছে।
* আৰবী আৰু অসমীয়াৰ বেলেগ বেলেগ ফন্ট সংযুক্ত কৰা হৈছে।
* ফন্ট ছাইজ কম বেছি কৰাৰ সুবিধা দিয়া হৈছে।
* নাইট মোড অপচন দিয়া হৈছে।
* অকল অসমীয়া অনুবাদ পঢ়াৰ সুবিধা সন্নিবিষ্ট কৰা হৈছে।
* আমাৰ অনলাইন ৱেবছাইটবোৰৰ লিংক দিয়া হৈছে, যিবোৰত ক্লিক কৰি সবিশেষ পঢ়িব পাৰিব।

আলহামদুলিল্লাহ্,‌ আল্লাহেই আমাক তেওঁৰ দ্বীনৰ বৃহৎ কৰ্মৰ এটি ক্ষুদ্র অংশত সম্পৃক্ত হোৱাৰ তাওফীক দান কৰিছে। 
আমি আশা কৰোঁ আৰু বিশ্বাস কৰোঁ, যিসকলে প্রকৃতপক্ষে দ্বীনক ভালপায়, তথা আল্লাহ্‌ আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ কথাক নিজে আমল আৰু অনুসৰণ কৰাৰ লগতে আনৰ ওচৰলৈ পৌঁচাই দিব বিচাৰে, তেওঁলোকে আমাৰ এই ক্ষুদ্র কার্যক্রমত নিজকে সম্পৃক্ত কৰিব ইন-শ্বা-আল্লাহ। 
অৱশেষত আল্লাহৰ ওচৰত দুআ কৰোঁ তেওঁ যেন আমাৰ সকলো ভুল ত্রুটি ক্ষমা কৰে আৰু আমাৰ এই ক্ষুদ্র প্ৰচেষ্টাক পৰকালৰ নাজাতৰ মাধ্যম হিচাপে কবুল কৰে, তথা ইয়াৰ লগত জৰিত সকলোকে জান্নাতুল ফিৰদাউছত নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি Если вы хотите, чтобы это произошло, আমীন।

যিসকলে আমাক আৰ্থিকভাৱে সহায় কৰিব বিচাৰে Используйте WhatsAppত যোগাযোগ কৰিব পাৰে অথবা ই-মেইলৰ জৰিয়তে যোগাযোগ কৰিব পাৰে।

ইতি
অনুবাদকঃ আল-কোৰআন অসমীয়া
ৰফিকুল ইছলাম বিন হাবীবুৰ ৰহমান
বলোগড়া, খাৰুপেটীয়া, দৰং, অসম।
যোগাযোগঃ ibnehabibpublication@gmail.com
WhatsApp: +919101665226
--------------------------------------------------------------------------------------------------------------------------
পৱিত্ৰ কোৰআনৰ অসমীয়া অনুবাদত ‘আমি’ শব্দৰ Ответ: এটি চমু স্পষ্টীকৰণ -

পৱিত্ৰ কোৰআনত মহান আল্লাহে বহু ঠাইত নিজৰ বাবে «মই» শব্দৰ পৰিৱৰ্তে «আমি» শব্দটো ব্যৱহাৰ কৰিছে। ইয়াৰ দ্বাৰা ইছলাম ধৰ্মৰ মূল বিশ্বাস 'তাওহীদ' и 'ঈশ্বৰৰ একত্ববাদ'ৰ কোনো পৰিৱৰ্তন নহয়। Если вы хотите, чтобы это произошло, вы можете:

ৰাজকীয় সম্বোধন (Royal We): পৃথিৱীৰ বহু ভাষাত (যেনে: ইংৰাজীত «Мы» ডাঙৰ ৰজা, সম্ৰাট বা উচ্চ পদস্থ ব্যক্তিয়ে নিজৰ গাম্ভীৰ্য আৰু ক্ষমতা প্ৰকাশ কৰিবলৈ 'আমি' শব্দটো ব্যৱহাৰ কৰে। Введение আল্লাহে নিজৰ সৰ্বোচ্চ মৰ্যাদা, সাৰ্বভৌমত্ব আৰু মহানতা প্ৰকাশ কৰিবলৈ এই ৰাজকীয় ‘আমি’ শব্দটো ব্যৱহাৰ কৰিছে।

আৰবী ভাষাত নিজক বুজাবলৈ দুটা শব্দ ব্যৱহাৰ হয়— ‘আনা’ (মই) আৰু ‘নাহনু’ (আমি)। আৰবী ব্যাকৰণ অনুসৰি, যেতিয়া কোনো অদ্বিতীয় সত্তাই নিজৰ শক্তি, মহত্ব আৰু গৌৰৱ প্ৰকাশ কৰিব খোজে, তেতিয়া «নাহনু» (আমি) শব্দটো ব্যৱহাৰ কৰা হয়। এইটো বহুবচন নহয়, বৰঞ্চ এইটো হৈছে এটা সন্মানসূচক সৰ্বনাম।

পৱিত্ৰ কোৰআনত আল্লাহে যেতিয়া কোনো ডাঙৰ সৃষ্টি (যেনে: আকাশ, পৃথিৱী, বৰষুণ) বা ডাঙৰ ঘটনাৰ উল্লেখ কৰিছে, তেতিয়া তেওঁৰ ঐশ্বৰিক শক্তি আৰু গুণসমূহক প্ৰকাশ কৰিবলৈ 'আমি' শব্দটো ব্যৱহাৰ কৰিছে। কিন্তু যেতিয়া ইবাদত (উপাসনা) বা প্ৰাৰ্থনাৰ কথা উল্লেখ কৰিছে, তেতিয়া আল্লাহে 'মই' শব্দটো ব্যৱহাৰ কৰিছে (যেনে: "মই তোমালোকৰ ওচৰতেই আছোঁ").

গতিকে এই অনুবাদত উল্লেখ কৰা 'আমি' শব্দটোৱে কেৱলমাত্ৰ আল্লাহৰ অসীম ক্ষমতা, মহত্ব, সন্মান আৰু ৰাজকীয় মৰ্যাদাকহে প্ৰকাশ কৰিছে।

Что нового

এপ্পটোত বৰ্তমান নিম্নলিখিত ফিচাৰসমূহ সংযুক্ত কৰা হৈছে।

* আল-কোৰআনুল কাৰীমৰ আৰবী আয়াত আৰু অসমীয়া অনুবাদ দিয়া হৈছে।

* কপি, শ্বেয়াৰ আৰু পছন্দনীয় তালিকা প্ৰস্তুত কৰাৰ বটন সংযুক্ত কৰা হৈছে।

* আৰবী আৰু অসমীয়াৰ বেলেগ বেলেগ ফন্ট সংযুক্ত কৰা হৈছে।

* ফন্ট ছাইজ কম বেছি কৰাৰ সুবিধা দিয়া হৈছে।

* নাইট মোড, তিলাৱাত মোড, তাফছীৰ মোড অপচন দিয়া হৈছে।

* অকল অসমীয়া অনুবাদ পঢ়াৰ সুবিধা সন্নিবিষ্ট কৰা হৈছে।

* আমাৰ অনলাইন ৱেবছাইটবোৰৰ লিংক দিয়া হৈছে, যিবোৰত ক্লিক কৰি সবিশেষ পঢ়িব পাৰিব।

Как установить আল-কোৰআন(Al-Quran in Assamese) на Андроид

Короткая инструкция по установке APK.

  1. Нажмите «Скачать APK» и дождитесь завершения загрузки файла.
  2. Откройте APK через браузер или файловый менеджер устройства.
  3. Если Android запросит разрешение, временно разрешите установку из используемого источника.
  4. Перед подтверждением установки ещё раз проверьте название приложения и разработчика.

Разрешения приложения

Технический список разрешений текущей версии APK.

Показать все разрешения (6)
android.permission.ACCESS_NETWORK_STATE android.permission.ACCESS_WIFI_STATE android.permission.INTERNET android.permission.WAKE_LOCK android.permission.WRITE_EXTERNAL_STORAGE com.app.islamic.quran.as.DYNAMIC_RECEIVER_NOT_EXPORTED_PERMISSION

Предыдущие версии

Доступные в источнике версии приложения.

6.0 2026-08-03
5.6 МБ ✓ Проверена
5.0 2026-07-31
5.6 МБ ✓ Проверена
2.2 2021-07-09
4.1 МБ ✓ Проверена